previous arrow
next arrow

অসমৰ শ্ৰেষ্টTMT BAR-  অসম ভাৰতৰ উত্তৰ পূৱত অৱস্থিত। ৰাজ্যখন উত্তৰ পূৱ ভাৰতৰ দুৱাৰমুখ হিচাপে পৰিচিত।

অসম ভাৰতবৰ্ষৰ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ তৃতীয় বৃহৎউৎপাদক ৰাজ্য। ইয়াত ৫খন ৰাষ্ট্ৰীয় উদ্যান আৰু ১৮ খন বান্যপ্ৰানী অভয়াৰণ্য আছে। অসমৰ উদ্যোগিক বিকাশ লক্ষনীয় কাৰণ ৰাজ্যখন ২০ খন উদ্যোগিক ক্ষেত্ৰ, ৩টা উদ্যোগ বিকাশ কেন্দ্ৰ, ১১ টা সংহত আন্তগাঠনিক বিকাশ DEPOT- (কেন্দ্ৰ), ১৭ খন ঔদ্যোগিক ক্ষেত্ৰ, ১২ টা বিকাশ কেন্দ্ৰ, ৮খন ক্ষুদ্ৰ উদ্যোগিক কেন্দ্ৰ এখন ৰপ্তানী প্ৰমচন পাৰ্ক আৰু এখন খাদ্য সংসাধন পাৰ্কৰে সমৃদ্ধ।

দক্ষিনপূৱৰ এছিয়ান দেশসমূহৰ লগত বাণিজ্যিক যোগাযোগৰ ক্ষেত্ৰত অসমে মূখ্য ভূমিকা পালন কৰে। অসম নিম্নলিখিত সম্পদ সমূহৰ বাবে বিখ্যাত।

  • চাহ
  • পেট্ৰলিয়াম সম্পদ
  • চিল্ক (ৰেচম শিল্প)
  • জৈৱ বৈচিত্ৰতাৰ উৎপাদক

এইবিলাকৰ উপৰিও অসম পৰ্যটনৰ ক্ষেত্ৰত জনাজাত।ৰাজ্যখনৰ ঐতিহ্যপুৰ্ন গাঠনি আৰু মনোমহা দৃশ্যাৱলীয়ে ভাৰতৰ লগতে বাহিৰৰ পৰ্যটকক গোটেই বছৰে আকৰ্ষিত কৰে।

বিশ্ব বেংকৰ অধ্যয়ন মতে, উদ্যোগিক ব্যৱসায় প্ৰশস্থ ক্ষেত্ৰত অসমে ভাৰতবৰ্ষৰ ভিতৰত ২২নং স্থান দখল কৰিছে। ৰাজ্যখনে বহুতো বিনিয়োগকাৰীক আকৰ্ষিত কৰা আচনি গ্ৰহন কৰিছে  যিয়ে প্ৰকৃততে কৰাজ্যখনৰ উদ্যোগিক ৰবিকাশ ত্বৰান্নিত কৰিছে।

অসমৰ ঔদ্যোগিক বৃদ্ধি- চৰকাৰে অসম ঔদ্যোগিক বিকাশ লিমিটেড (AIDC)গঠন কৰি সক্ৰিয় প্ৰচেষ্টাৰ জৰিয়তে শক্তিসালী আৰু বহনক্ষম উদ্যোগিক বিকাশ নিশ্চিত কৰিছে।

  • অসমত উদ্যোগ স্থাপন আৰু উৎসাহৰ বাবে বিনিয়োগৰ চেস্তা চলোৱা হৈছে।প্ৰকল্প স্থাপন, প্ৰকল্পসমূহৰ উৎপাদন কাৰখানা, উৎপাদনগোট ইত্যাদি কাৰ্যকাৰি কৰাৰ যৰিয়তে অসমৰ উদ্যোক সমূহৰ বিনিয়োগ আৰু স্থাপনৰ বাবে উৎসাহিত কৰা হয়।
  • ব্যৱসায়ী সকলক বিজ্ঞাপন, কোম্পানী স্থাপন আৰু সন্থাৰ জৰিয়তেসহযোগীতা আগবঢ়োৱা হয়।

কোম্পানী/ ব্যৱসায়/ উদ্যোগ স্থাপনৰ বৃদ্ধিৰ সৰ্বমূঠ প্ৰচেষ্টাই ৰাজ্যৰ জনমুৰী আই বৃদ্ধিত সহায় আগবঢ়াব।

অসম ভূমিকম্প প্ৰৱন অঞ্চলত প্ৰথম স্থানত আছে-

উত্তৰপূৱ ভাৰত ধ্বংসাত্মক ভূমিকম্পৰ ল্পৰ্শকাতৰ অঞ্চল। অসমে অতিতত ৭ ৰিখটাৰ স্কেলত কৈ ও অধিক তিব্ৰতৰ ভূমিকম্পৰ ধ্বংসাত্মক বিপৰ্যয়ৰ সন্মূখিন হৈছিল।

অসমত নিৰ্মানৰ ক্ষেত্ৰত আতাইতকৈ গুৰুত্বপূৰ্ণ আৰু বিবেচনাপূৰ্ণ কথাটো হল ভূমিকম্পৰ পৰা হোৱা ক্ষয়-ক্ষতি কমোৱা।

নিৰ্মাণৰ ক্ষেত্ৰতউচ্চ মানদণ্ডৰ নিৰ্মাণ সামগ্ৰী ব্যৱহাৰে ভূমিকম্পৰ সময়ত অধিক নিৰাপত্তা প্ৰদান কৰাত ভূমিকা আগ বঢ়ায়। এই ক্ষেত্ৰত উচ্চ গুণসম্পন্ন tmtbarনিৰ্বাচন কৰটো অতি গুৰুত্বপূৰ্ণ যিয়ে অধিক শক্তি আৰু নমনীয়তা প্ৰদান কৰে।এইধৰণে ইয়ে  একমাত্ৰ ভুমিকম্পৰ সময়ত যিকোনো গঠন এটা ধৰি ৰাখিব পাৰে। ১৯৫৩ চনৰ পৰাই শ্যাম ষ্টীলৰ FLEXI STRONG TMT BARএ এই ৰাষ্ট্ৰক শক্তিশালী কৰি ৰাখিছে। শ্যাম ষ্টীলে গুণগতমানৰ ক্ষেত্ৰত কেতিয়াও আপোচ নকৰে। সংহত ষ্টীল প্লান্তত উৎপাদিতTMT REBAR গুণৰ ক্ষেত্ৰত উৎকৃষ্ট আৰু ইয়াক নিজা NABL অনুমদিত গৱেশনাগাৰত পৰীক্ষা কৰা হয়।

সেইকাৰণে ভাৰতবৰ্ষ অতি মূল্যবান আৰু গুৰুত্বপূৰ্ণ প্ৰকল্প সমূহৰ বাবে TMT BAR আতাইতকৈ বেছি ব্যৱহাৰোপযোগী। শ্যাম ষ্টীল অসমৰ শ্ৰেষ্ঠ TMT BAR হিচাপে গণ্য কৰা হয়।TMT BARৰ অসমত সেহতীয়া মূল্য জানিবৰ বাবে।

Bogibeel Bridge Assam
 
previous arrow
next arrow